ৰজনীগন্ধাৰ সুৰভি

হৃদয়ৰৰজনীগন্ধাকাকবুলিনো কমতুমিতো জানাইতুমিয়েইতোবকুল ফুলৰ সুগন্ধি গধূলিশেৱালি ফুলা ৰাতিৰসপোন সোণালীসমুদ্র গভীৰ চাৱনিৰ অহংকাৰআৰু মৌন ওঠৰ অভিমানবুজিও নুবুজোঅৰ্থ বিছাৰিব্যাকুল প্ৰেমৰ দিগন্ততুমিআচলতে তুমিয়েইতোতোমালৈ…

সৰগৰ ছায়াছৱি

চৌদিশে জিলমিল জোনৰ পোহৰউজলিছে পাহাৰৰ সেউজ শিখৰনামি অহা নৈৰপানীত জোনাকেসুমধুৰ সুৰ তুলিসৰগৰ ছায়াছৱি আঁকে আকাশত হালে জালে তৰাৰ ফুলনিছাঁ আৰু…

মাঘী উৰুকাৰ সেৱা

আবেলিৰ বেলিটোপিঠিত লৈ বহিছেল’ৰা, বুঢ়া আৰু ডেকাহঁত,আইহঁতে কাণঊণাই আছে,কথাবোৰহে নপৰেহিকাণত ৷ ৰাইজ বঢ়িছেনামঘৰৰ চোতালত,খেতি চপাই সকলোআজৰি,শইচো ভালেই হ’লসেয়ে মনবোৰোমুকলি ৷…

উপকূলীয় সোঁত

এটি দীঘল কবিতাৰউকা আঁচলত ধৰিনিয়ৰ সিক্ত ৰাগিঘূৰা-পকা কৰেঅকলশৰীয়া আকাশৰ ছাঁতনিৰৱধি ।বেগৱতী নৈৰ দৰেগুচি যায়বাৰমহীয়া সময়ভূমুকিয়াইযুক্তাক্ষৰৰ আবেলি । পূৰ্ণেন্দু শৰ্মা

চিন্তা

৩৭০০ কৌটি বছৰ আগত পৃথিৱীত জলবায়ু বসতঃ জন্ম হোৱা বেক্টেৰিয়াবোৰৰ (‘living organisms’ )ভিতৰত লাখলাখ বছৰ ধৰি ক্ৰমবিৱৰ্তিত হৈ যিবোৰ প্ৰাণী-প্ৰজাতিৰ…

জীৱন

জীৱনক যিমান সুক্ষ্ম দৃষ্টিকোণৰ পৰা চাব পাৰি তাৰ ভিতৰত দুৰ্বহ পীড়াগ্ৰস্ততাৰ প্ৰতি চাব পৰা সহানুভূতিশীলতা নিঃসন্দেহে অন্যতম ৷ কৰ্কট ৰোগাক্ৰান্ত…

হস্পিতালৰ বাৰান্দা

নিজান নিতাল মাৰি থকা বাৰান্দাখন—লাহে লাহে জীপাল হৈ উঠে!ৰাতি শুই থকা কুকুৰকেইটাআতৰি যায়।দুৱাৰ খিৰিকী বোৰ খোল খায় ।দুখবোৰ এটা এটাকৈ…